কাব্যবিপ্ৰ ৰেংকিঙৰ সবিশেষ:                                                                                                                            Details:

কাব্যবিপ্ৰ ৰেংকিঙ বছৰেকীয়া এক অবিৰত প্ৰক্ৰিয়া হ’ব। It shall be a continuous process for every year

স্থান/মঞ্চ: ত্ৰাতৃ (ডিজিটেল বুক প্লেটফৰ্ম)                                                                                                  Venue/Platform: Tratri (Digital Book Platform) 

বিষয়বস্তু: কবিতা                                                                                                                                                  Theme: Poetry

জমা দিয়াৰ সময়সীমা: বছৰৰ যিকোনো সময়তে জমা দিব পাৰিব।                                                                  Submission Deadline: Any time of the year`

কাব্যবিপ্ৰ ৰেংকিঙৰ ব্যৱস্থাKavyabipra System:

এক ন্যায্য আৰু স্বচ্ছ মূল্যায়ন প্ৰক্ৰিয়া সৃষ্টিৰ প্ৰয়াসত আমি এই তিযোগিতাৰ বাবে এক সাধাৰণ ৰেংকিং ব্যৱস্থা ৰূপায়ণ কৰিছো।  ই কেনেকৈ কাম কৰে: In an effort to create a fair and transparent evaluation process, we have implemented a Common Ranking System for this competition. Here's how it works:

দাখিল: প্ৰতিযোগিতাৰ নিৰ্দেশনা অনুসৰি নিজৰ মৌলিক কবিতা প্ৰেৰণ কৰক। Submission: Submit your original poems anytime round the year.

মূল্যায়ন: নিৰপেক্ষ সাহিত্য পণ্ডিত আৰু কবিতা অনুৰাগীয়ে সামগ্ৰিক কলাত্মক যোগ্যতাৰ ওপৰত ভিত্তি কৰি দাখিল কৰা কবিতাৰ মূল্যায়ন কৰিব। Evaluation: Impartial literary scholars and poetry aficionados will assess submitted poems based on overall artistic merit.

ৰেংকিং: প্ৰতিটো কবিতাই সাহিত্য পণ্ডিত আৰু কবিতা অনুৰাগীৰ মূল্যায়নৰ ওপৰত ভিত্তি কৰি ৰেংকিং লাভ কৰিব। ৰেংকিং ৰাজ্য ভিত্তিত, জিলা ভিত্তিত, মহকুমা ভিত্তিত, বয়স ভিত্তিত আৰু আন বহু ধৰণৰ ভিত্তিত হ'ব। ৰেংকিং নিৰপেক্ষ আৰু বেনামীভাৱে নিৰ্ধাৰণ কৰা হ’ব। Ranking: Each poem will receive a ranking based on the literary scholars' and poetry aficionados' evaluations. Rankings will be assigned impartially and anonymously.

ঘোষণা: ৰেংকিং আৰু বিচাৰকৰ পৰা পোৱা মতামতকে ধৰি ফলাফলসমূহ সুবিধাজনক সময়ৰ ব্যৱধানত অবিৰতভাৱে ঘোষণা কৰা হ’ব। Announcement: The results, including the rankings and feedback from the judges, will be announced continuously at a convenient gap of time.

ইয়াত অংশগ্ৰহণ কিয় কৰিব? Why will Participate in it?

  • বৃহৎ দৰ্শকৰ আগত আপোনাৰ কাব্য প্ৰতিভা প্ৰদৰ্শন কৰক। Showcase your poetic talent to a broader audience.
  • অভিজ্ঞ বিচাৰকৰ পৰা গঠনমূলক মতামত লাভ কৰক। Receive constructive feedback from experienced judges.
  • ন্যায্য আৰু স্বচ্ছ পৰিৱেশত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক। Compete in a fair and transparent environment.
  • স্বীকৃতি লাভ কৰক। Win recognition.
  • বিভিন্ন মহাবিদ্যালয়ৰ সহযোগী কবি আৰু সাহিত্য অনুৰাগীৰ সৈতে সংযোগ স্থাপন কৰক। Connect with fellow poets and literature enthusiasts from different colleges.

কেনেকৈ অংশগ্ৰহণ কৰিব: How to Participate:

তলত দিয়া লিঙ্কটোৰ দ্বাৰা প্ৰকাশিত ত্ৰাতৃ(TRATRI) এপটো ইনষ্টল কৰক: visit through: 

or

    https://play.google.com/store/apps/details?id=com.tsinfosec.ebook.ebook

 

ইনষ্টল হোৱাৰ পিছত গ্ৰাহক হিচাপে বিনামূলীয়াকৈ পঞ্জীয়ন/subscribe কৰক । পঞ্জীয়ন/subscribe কেনেকৈ কৰিব পাৰি তাৰ নিৰ্দেশনা তলত দিয়া লিঙ্কত উপলব্ধ" Install the app and register free as a subscriber. Instructions for how to become a subscriber are available at

    https://tratri.in/blog/how-to-register-as-a-subscriber-with-tratri-app

 

যদি আপুনি ইতিমধ্যে Tratri app ৰ subscriber তেন্তে তলৰ লিঙ্কত কাব্যবিপ্ৰ ৰেংকিঙৰ সবিশেষ থকা কিতাপখন পাব। If you are already a subscriber of Tratri app then visit 

      https://tratri.in/link?format=e-book&id=184&details=details

 

আপোনাৰ কবিতাটো জমা দিবলৈ তলৰ ছবিখনত দেখুওৱাৰ দৰে "কাব্যবিপ্ৰ" গ্ৰন্থখনৰ যিকোনো পৃষ্ঠাৰ ওপৰৰ সোঁফালে থকা লিংকটোলৈ যাওক। To submit your poem go to the link at the top right of any page of the book "Kavyabipra" as shown in the picture below.