Account id, Account Name, email address, যোগাযোগৰ নম্বৰ, লেখকৰ নাম নিজে নিজে ভৰ্তি হৈ আহিব। ইয়াতে লেখকৰ নামৰ বাহিৰ আন তথ্য সলনি কৰিব নোৱাৰিব। 
ইয়াত লেখকৰ নাম সলনি কৰাৰ সুবিধা এইবাবে দিয়া হৈছে কাৰণ কবিতা কোনো ১৩ বছৰৰ তলৰ লৰা-ছোৱলীসকলেও দিব পাৰে আৰু তেওঁলোকৰ মোবাইল নম্বৰ বা email id নাথাকিবও পাৰে। তেনে ক্ষেত্ৰত  নিজে নিজে অহা নামটো সলনি কৰি কবিৰ নাম দিলে হ'ল।
Gender অত কবিৰ gender দ্ৰপডাউনৰ পৰা বাছি দিব। 
Occupationত student, teacher, homemaker আৰু other ৰ বিকল্পৰ পৰা যিকোনো এটা চয়ন কৰিব।


Age categoryত 
below 13, 
13-22,
23-59, 
60 and above ৰ
বিকল্প আছে, যিকোনো এটা চয়ন কৰিব। এই ক্ষেত্রটো পূৰ্ণ কৰা জৰুৰী। 

Referred by Mobile ক্ষেত্র পূৰকৰা আৱশ্যক নহয় যদিও কবি যদি কোনো অনুষ্ঠান বা বিদ্যালয় বা মহাবিদ্যালয় আদিৰ সৈতে জড়িত তেনেহলে অনুষ্ঠানৰ বাবে থকা mobile নম্বৰটো ইয়াত দিব। 
তেনে কৰিলে আপোনাৰ কবিতাই পোৱা ৰেটিঙৰ নম্বৰ অনুষ্ঠানটোৱেও পাব। 

ঠিকনাত district এখন দ্ৰপডাউনৰ পৰা বাছি দিব।  আপুনি যদি অসমৰ বাহিৰত থাকে বা ভাৰতৰ বাহিৰত থাকে তেন্তে দ্ৰপডাউনৰ তলৰ বিকল্প দুটাৰ পৰা বাছিব। 
District বাছিলৈ তাৰ subdivision বাছিব। 
ৰেঙ্কিঙ ইয়াত উল্লেখ কৰা জিলা আৰু মহকুমা ভিত্তিতহে হ'ব। 
ইয়াৰ পাছত সম্পূর্ণ ঠিকনা আৰু pincode দিব। ৪টা ক্ষেত্র পূর্ণ কৰা আৱশ্যক।


লেখাটোৰ সবিশেষত কবিতাৰ শিৰোনাম, poetry type থাকিলে দিব আৰু নাথাকিলে বা নাজানিলে other নামৰ বিকল্পটো বাছিবলৈ পাহৰি নাযাব। 
Language বাছিবই আৰু কবিতাটো আগতীয়াকৈ কপি কৰি খালি ঠাইখনিত পেষ্ট কৰি দিব। 

সৰ্ব্বশেষত terms n conditions ৰ বক্সটো টিক্ক্ কৰিবলৈ পাহৰি নাযাব। 

Submit বুটামটো টিপিলে পেমেন্টৰ স্ক্ৰিনখনলৈ যাব। যদি submit  নহয় বুজিব যে কোনো এক বা অধিক ক্ষেত্র ভৰ্ত্তি কৰিব বাকি থাকি গৈছে। বিশেষকৈ মন কৰিব terms n conditions ৰ বক্সটো টিক্ক্ কৰা হৈছে নে নাই।